newsnextone | কেৰিয়াৰ ডেস্কঃ 

⇒ AHSEC ত পদখালী৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কনিষ্ঠ সহায়কৰ ৩১ টা পদ খালী। শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ তথা ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেটধাৰী। আবেদনৰ অন্তিম তাৰিখঃ ৩০ মে, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৪৪ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC- 350, SC/ST- 175। 

   ► সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://www.ahsec.nic.in/Documents/JR%20ASSISTANT%20ADVERTISEMENT.pdf 

   ► ৱেবচাইটৰ লিংকঃ http://www.ahsec.nic.in

⇒ অসম কৃষি বিশ্ববিদ্যালয়ত ১৬ টা শিতানত বিভিন্ন পদখালী৷ আবেদনৰ অন্তিম তাৰিখঃ ৩১ মে, ২০১৮। আবেদনৰ মাধ্যমঃ প্ৰাৰ্থীয়ে পদৰ নাম উল্লেখিত আবেদনপত্ৰ বিশ্ববিদ্যালয়ৰ ঠিকনালৈ পঠিওৱাৰ উপৰি apartaau@aau.ac.in লৈ তাৰে এটা চফট কপি পঠিয়াব লাগিব। 

   ► সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://www.aau.ac.in/data/recruitment/Apart-Job-List1.pdf

   ► ৱেবচাইটৰ লিংকঃ http://www.aau.ac.in

⇒ SSC (কৰ্মচাৰী চয়ন আয়োগ)ৰ তৃতীয় আৰু দ্বিতীয় বৰ্গৰ পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতক৷ আবেদনৰ অন্তিম তাৰিখঃ ৪ জুন, ২০১৮। আবেদনৰ মাধ্যমঃ অনলাইন৷    

   ► সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://ssc.nic.in/SSC_WEBSITE_LATEST/notice/notice_pdf/CGLE_Notice_2018_...

   ► অনলাইন এপ্লাই কৰাৰ লিংকঃ http://164.100.129.99/cgle2018/ 

⇒ State Vigilance Commissioner Assam ত চুপাৰিটেণ্ডেণ্ট, এলডিএ-কম্পিউটাৰ অপাৰেটৰ, ইউডিএ, পিয়ন, ষ্টেনোগ্ৰাফাৰৰ পদখালী৷ আবেদনৰ অন্তিম তাৰিখঃ ২৮ মে, ২০১৮। আবেদনৰ মাধ্যমঃ অফলাইন৷  
   ► সবিশেষৰ বাবে এই লিংকটোলৈ যাওকঃ https://www.naukriassam.com/wp-content/uploads/2018/04/assam.png 

⇒ AIR (আকাশবাণী গুৱাহাটী কেন্দ্ৰ)ৰ যুৱ-বাণী বিভাগত অংশকালীন ভিত্তিত ঘোষক-ঘোষিকাৰ পদখালী৷ প্ৰাৰ্থী অসমীয়া ভাষা শুদ্ধকৈ ক'ব পৰা আৰু লিখিব পৰা হোৱাৰ লগতে কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান আৰু অসমীয়া ভাষা সংস্কৃতিৰ বিষয়ে সম্যক জ্ঞান থকা হ'ব লাগিব৷ প্ৰাৰ্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হোৱাটো বাঞ্চনীয়৷ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব ৷  ইচ্ছুক প্ৰাৰ্থীয়ে NEFT যোগে " Prasar Bharati, All India Radio,  Guwahati" এই নামৰ বিপৰীতে ভাৰতীয় ষ্টেট বেংকৰ নিউ গুৱাহাটী শাখাৰ Account No. 10566983491 ত ১০০ টকা জমা কৰি তাৰ ৰছিদ আবেদন পত্ৰৰ সৈতে গাঁঠি দিব লাগিব৷ নিৰ্দিষ্ট সময়ত কন্ঠ পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব৷   আবেদন পত্ৰত নিজৰ মোবাইল নম্বৰ, ইমেইল আদি স্পষ্টকৈ লিখি দিব।।

   ► আবেদনৰ অন্তিম তাৰিখঃ ২৫ মে, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৩০ বছৰ। আবেদন পত্ৰ জমা দিয়াৰ ঠিকনাঃ যুৱবাণী, কক্ষ নম্বৰ ২১৩, আকাশবাণী গুৱাহাটী, চান্দমাৰী, গুৱাহাটী -৭৮১০০৩ ৷ আবেদনৰ মাচুলঃ Gen/OBC/SC/ST- ১০০ টকা। 

⇒ NHM (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান)ৰ ঠিকাভিত্তিক প্ৰগ্ৰাম এচিষ্টেণ্টৰ ১ টা পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতক তথা কম্পিউটাৰৰ প্ৰায়োগিক জ্ঞানৰ ডিপ্ল’মাধাৰী৷ ইংৰাজী টাইপিঙৰ স্পীড ৩৫ টা শব্দ প্ৰতিমিনিটত হ’ব লাগিব৷ আবেদনৰ অন্তিম তাৰিখঃ ১৭ মে, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ৪৩ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC- 350, SC/ST- 175। 

   ► সবিশেষৰ বাবে এই লিংকটো চাওকঃ http://www.nrhmassam.in/jobs/Job_1338_1533_ProgrammeAssistant.pdf 

   ► অনলাইন এপ্লাই কৰাৰ লিংকঃ http://www.nrhmassam.in/career.php

⇒ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰশাসনিক বিষয়া, ষ্টেনোগ্ৰাফাৰ, লাইব্ৰেৰিয়ান, লাইব্ৰেৰি সহায়ক,  প্ৰগ্ৰামাৰ, চুপাৰিটেণ্ডেণ্ট, কনিষ্ঠ প্ৰশাসনিক সহায়ক, কম্পিউটাৰ অপাৰেটৰ আদি বিভিন্ন পদখালী৷ 

   ► সবিশেষৰ বাবে এই লিংকটোত ক্লিক কৰকঃ http://ghconline.gov.in/Recruitment/Notification-26-04-2018-1.pdf

   ► অনলাইন এপ্লাই কৰাৰ বাবে এই লিংকটোলৈ যাওকঃ http://ghcrecruitment.in/JudAca18AppForm/home.htm  

⇒ Assam Science and Technology University, ASTU ত চিভিল ইঞ্জিনিয়াৰৰ দুটাকৈ ঠিকাভিত্তিক পদখালী৷ আবেদনৰ অন্তিম তাৰিখঃ ২৪ মে, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ইউনিভাৰ্চিটি চুপাৰিটেণ্ডিং অভিযন্তাৰ বাবে ৬২ বছৰ আৰু ক্ষেত্ৰ অভিযন্তাৰ বাবে ৪০ বছৰ।  

   ► সবিশেষৰ বাবে এই লিংকটো চাওকঃ https://astu.ac.in/astu/wp-content/uploads/construction.pdf

   ► অফিচিয়েল ৱেবচাইটঃ https://astu.ac.in/astu