ফ্ৰান্সঃ বেয়া কেথলিকতকৈ নাস্তিকেই শ্ৰেয়- এই মন্তব্য কোনো কোনো নাস্তিকৰ নহয়,এই মন্তব্য কৰিছে পোপ ফ্ৰান্সিচে৷ বৃহস্পতিবাৰে নিজ গীৰ্জাত দিয়া এক ভাষণত এনেদৰে কেথলিকসকলক সমালোচনা কৰে পোপে৷ যদিহে কোনো খ্ৰীষ্টানধৰ্মাৱলম্বী লোকে বেলেগ লোকক শোষণ কৰে, ব্যৱসায়ৰ বাবে কুপন্থা অৱলম্বন কৰে তেন্তে সেই ব্যাক্তিজন খ্ৰীষ্টান হ’বই নোৱাৰে৷ এনে কাম কৰা কেথলিকতকৈ নাষ্টিকসকলেই শ্ৰেয়।