বিহালীঃ বিহালীৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাবৰ উদ্যোগত অহা ২৮, ২৯ আৰু ৩০ জানুৱাৰীত বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা একক আৰু যুটীয়া দুয়োটা শাখাতে অনুষ্ঠিত হ’ব৷ খেলুৱৈসকলক ৭০৩৫২৯৯৮৯০ আৰু ৮৮৭৬৪৫৩৩৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব৷