• ঐক্যসেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি ৰংঘৰৰ বাকৰিৰ পৰা শিৱসাগৰৰ দৌলমুখ চাৰিআলিলৈকে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰে৷