দুলীয়াজানঃ বুধবাৰৰ পৰা দুলীয়াজানৰপৰা গুৱাহাটীলৈ দৈনিক চলিব হাইটেক ভলভ’ বাছ৷ 

য’ত থাকিব অত্যাধুনিক শৌচ আৰু প্ৰস্বাৱগাৰৰ বাবে কিছু সুবিধা৷

এক নতুনত্বৰ হাইটেক ভলভ’ দুলীয়াজানৰপৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ যাত্ৰীসকলৰ বাবে এই সুবিধা প্ৰদন কৰা হৈছে৷