Jio ধামাকা! এইবাৰ বজাৰলৈ বিশেষ Jio 4G লেপটপ

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰত বাকীবোৰ টেলিকম প্ৰতিষ্ঠানক আহিয়েই চেৰ পেলাবলৈ সমৰ্থ হৈছে Jio। এইবাৰ লেপটপৰ বজাৰতো বাকীবোৰক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে Jio।

অতি শীঘ্ৰেই তেনেই কম দামত বজাৰত প্ৰতিষ্ঠানটোৱে মুকলি কৰি দিব 4G লেপটপ। ১৩.৩ ইঞ্চিৰ LED স্ক্ৰীণ আৰু ইণ্টেল পেনটিয়াম কোৱাড কৰ প্ৰচেছৰৰ লেপটপৰ দাম ১৫-২০ হাজাৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে।

এই Jio লেপটপত থাকিব Jio 4G ছিমকাৰ্ড। সেয়ে Wi-Fi বা আন কোনো ডংগলৰ প্ৰয়োজন নাথাকিব। লেপটপটো দেখিবলৈ সাইলাখ এপল MacBook সদৃশ হ’ব। Jio টিভি, Jio মানি, Jio ভইচ-সহ সকলো সুবিধাই উপলব্ধ হ’ব এই লেপটপত।

4G RAMৰ এই লেপটপটোৰ ওজন হ’ব প্ৰায় ১.২ কিলোগ্ৰাম। এবছৰৰ ৱাৰেণ্টিও দিয়া হ’ব বুলি জনাইছে Jioৰ সূত্ৰই। ইয়াৰ ইণ্টাৰনেল ষ্টৰেজ হ’ব ১২৮ জিবি। অন্যান্য সকলো সা-সুবিধাৰ লগতে এই লেপটপৰ কেমেৰাত সংযোজিত হৈছে ভিডিঅ’ কলিঙৰ বিশেষ সুবিধা।

Jio 4G Laptop Specifications :

Display  a 13.3-inch Full HD (1920 x 1080 pixels) display with 16:9 aspect ratio.
SIM Slot  Users can have the SIM card services, for this the laptop is coming with a SIM slot.
Camera  HD Camera – is specially desined to make video calls.
Processor  Intel Pentium quad core processor.
RAM & Storage  4GB RAM and 128GB of SSD Storage and 64GB of eMMC storage.
Thickness & Weight  12.2mm thickness and 1.2 kg weight.
Operating System       Windows OS.
Supported features  Bluetooth, USB 3.0 ports, Micro HDMI Port, Micro SD card slot.