প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো

লংকাঃ হোজাইৰ জিলাৰ আৰক্ষীৰ জালত পৰে KPLTৰ অপাৰেচন কামাণ্ডাৰ৷ হোজাই চহৰৰ সমীপৰ বৰবহা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

পূৱ আৰু পশ্চিম কাৰ্বিং আংলংৰ অপাৰেচন কমাণ্ডাৰক জালত পেলাবলৈ  সক্ষম হয়। তদন্তৰ খাতিৰত আৰক্ষীয়ে তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে। এতিয়ালৈ জানিব পৰা হোৱা নাই  KPLTৰ অপাৰেচন কামাণ্ডাৰ জনৰ নাম৷