লখিমপুৰঃ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সংগীতানুস্থানত গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে। সোমবাৰে নিশা ২ বজাৰ পিছৰে পৰা একেৰাহে গীত প্ৰৰিবেশন কৰে পুৱা ৪.৩০ বজালৈ।

ধাৰাসাৰ বৰষুণকো নেওচি লখিমপুৰবাসী ৰাইজে উপভোগ কৰিলে জুবিন গাৰ্গৰ গীত৷ জুবিনে লখিমপুৰবাসী ৰাইজক নতুনকৈ মুক্তিলাভ কৰিবলগীয়া কাঞ্চনজংঘা চাবলৈ অনুৰোধ জনায়৷