লখিমপুৰঃ ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিত বিয়লি ৫ বজা পৰ্যন্ত ৬৫.১০ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

নিৰ্বাচনী কাৰ্যালয়ে প্ৰকাশ কৰা মতে বিধানসভা অনুসৰি ভোটদানৰ হাৰ এনে ধৰণৰঃ

১১১ নং লক্ষীমপুৰ বিধানসভা সমষ্টিঃ
পুৰুষঃ ৪৫০৯৬, মহিলাঃ ৪২১৩০, অন্যান্যঃ ০ 
ভোটদানৰ হাৰঃ ৪৮.৬০ শতাংশ 

১১০ নং নাওবৈচা বিধানসভা সমষ্টিঃ
পুৰুষঃ ৬৪৬৩১, মহিলাঃ ৬৩২৭০, অন্যান্যঃ ০ 
ভোটদানৰ হাৰঃ ৬২.০০ শতাংশ

১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিঃ
পুৰুষঃ ৪৫৮৪২, মহিলাঃ ৪২২৭১, অন্যান্যঃ ০ 
ভোটদানৰ হাৰঃ ৬০.৬৮ শতাংশ