সুকমাঃ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হৰ্ষোল্লাসৰ মাজতে ছত্তিশগড়ত মাওবাদী আক্ৰমণত প্ৰাণ হেৰুৱালে সাত জন জোৱানে। ৰাজ্যখনৰ সুকমা জিলাত শনিবাৰে চি আৰ পি এফ জোৱানৰ এটা টহলদাৰী ওপৰত অতৰ্কিতে হোৱা মাওবাদী আক্ৰমণৰ ফলত থিতাতে নিহত হয় ১১ জনকৈ জোৱানৰ মৃত্যু হোৱাৰ লগতে ৩ জন আহত হয়।  জিলাখনৰ ভেজ্জীৰ কুট্টাচেৰু অভিমুখী বাটত মাওবাদীৰ আক্ৰমণৰ সমুখীন হয় চিআৰপিএফৰ দলটো।