যোৰহাটঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে পূৱ-যোৰহাটৰ কাকজানত ঈদগাহ সমিতিৰ সৌজন্যত বুধবাৰে পূৱ-যোৰহাটৰ ৰাইজে আজি জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰে ।