মৰিয়নীঃ মৰিয়নীৰ নকচাৰীত আজি সদৌ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু কেইবাটাও সংগঠনৰ সহযোগত নকচাৰীৰ স্থানীয় ৰাইজৰ লগত প্ৰায় ৬শতাধিক লোকে নামনিমুৱা লামডিং তিনিচুকীয়া ৫৫৯০২ যাত্ৰীবাসী ৰেল গাড়ীখন অৱৰোধ কৰি  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ  বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।