শিৱসাগৰঃ শিৱসাগৰত বৰ্তমানলৈকে ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ভিতৰত বি জে পি আগবাঢ়ি আছে। এত্য়ালৈকে ঘোষিত ১০২ ৱাৰ্ডৰ ৫৭ টাত বি জে পি, ৩০ টাত কংগ্ৰেছ আৰু ১৫ টাত অ গ পই বিজয়ৰ হাঁহি মাৰিছে। ফলাফলসমূহ এনেধৰণৰ

ৰংপুৰ জিলা পিষদৰঃ
ৰূদ্ৰসাগৰ পঞ্চায়তঃ বি জে পি ৮ টা, কংগ্ৰেছ ১ টা

বেতবাৰী জিলা পৰিষদঃ
বেতবাৰী পঞ্চায়তঃ বি জে পি ৪টা, কংগ্ৰেছ ৩টা

দিচাংমুখ জিলা পৰিষদঃ
দিচাং ধাইআলি পঞ্চায়তঃ বি জে পি ২টা, কংগ্ৰেছ ৭টা

থাওৰা পানীদিহিং জিলা পৰিষদঃ
পঃ পানীদিহিং পঞ্চায়তঃ বি জে পি ৬টা, কংগ্ৰেছ ২টা

পালেঙী জিলা পৰিষদঃ
পালেঙী পঞ্চায়তঃ বি জে পি ৯টা, কংগ্ৰেছ ১টা

ডিমৌ পঞ্চায়তঃ বি জে পি ৩টা, কংগ্ৰেছ ৬টা

বকঠা জিলা পৰিষদঃ
নেমুগুৰি পঞ্চায়তঃ বি জে পি ৫টা, কংগ্ৰেছ ৫টা

আমগুৰি পঞ্চায়তঃ বি জে পি ৬টা, এ জি পি ৩টা

দিকচু পঞ্চায়তঃ বি জে পে ৩টা, এ জি পি ৭টা

পেঙেৰা পঞ্চায়তঃ বি জে পি ১টা, কংগ্ৰেছ ৫টা, এ জি পি ৪টা

গড়গাঁও পঞ্চায়তঃ বি জে পি ৪টা, কংগ্ৰেছ ৬টা

দিকচু পঞ্চায়তঃ বি জে পি ৩টা, কংগ্ৰেছ ১টা, অ গ প ৬টা

সভাপতি অ গ পৰ সঞ্জীৱ বৰা আৰু আঞ্চলিক পঞ্চায়ত অমিয়া বৰগোহাঁই।

পশ্চিম পানীদিহিং পঞ্চায়তঃ বি জে পি ৮, কংগ্ৰছ ২

বিজয়ী প্ৰাৰ্থীঃ সভাপতি - নৱদ্বীপ টায়ে, বি জে পি

আঞ্চলিক পঞ্চায়ত সদস্য - ৰানিকী দেউৰী, বি জে পি

শিমলুগুৰি গাওঁ পঞ্চায়তঃ কংগ্ৰেছ ৮ টা ৱাৰ্ড, বি জে পি ২ টা ৱাৰ্ড

মোমাইতামুলী পঞ্চায়তঃ বি জে পি ১টা, কংগ্ৰেছ ৪টা, অ গ প ৫টা

সভাপতি অ গ পৰ সংগীতা বৰগোহাঁই আৰু আঞ্চলিক পঞ্চায়ত প্ৰতীমা দাস

পেঙেৰা পঞ্চায়তঃ বি জে পি ১ টা, কংগ্ৰেছ ৭ টা, অ গ প ৩টা

সভাপতি কংগ্ৰেছৰ জিনীতা দাস দীঘাল আৰু আঞ্চলিক পঞ্চায়ত অনিমা গগৈ