Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

গুৱাহাটীঃ এইবাৰ অন্য এক দায়িত্বত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকী নিৰ্বাচিত হৈছে বেডমিণ্টন এছিয়াৰ উপ-সভাপতি হিচাপে।

উল্লেখ যে শনিবাৰে অনুষ্ঠিত হোৱা উপ-সভাপতি নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাব্যস্ত হোৱা ৪০ টা ভোটৰ ৩৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মুঠ ভোট আছিল ৫০ টা।

ইয়াৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 'বাই’ (ভাৰতীয় বেডমিণ্টন অথৰিটিৰ) সভাপতি আছিল।