কেৰিয়াৰ ডেস্কঃ

১. ৰেল বিভাগত চতুৰ্থ বৰ্গৰ ৬২,৯০৭ পদখালী। শিক্ষাগত অৰ্হতাঃ মেট্ৰিক পাছ/ আইটিআই। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মাৰ্চ, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৩৩ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন।আবেদনৰ মাচুলঃ Gen- 500, OBC-250, SC/ST- 250। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ https://guwahati.rrbonlinereg.in/index.html
আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃ https://guwahati.rrbonlinereg.com/regnew/ui_instr.aspx#no-back-button

২. অসম লোকসেৱা আয়োগ (APSC)ত  জেষ্ঠ্য তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া (Senior Information & Public Relation Officer)ৰ ৬টা পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতকোত্তৰ ডিগ্ৰী৷ আবেদনৰ অন্তিম তাৰিখঃ ১৭ এপ্ৰিল, ২০১৮।

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://www.apsc.nic.in/Advt_06_2018_17_March_2018.pdf

৩. নগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত কনিষ্ঠ সহকাৰী (Junior Assistant)ৰ  ১৮ টা পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী আবেদনৰ অন্তিম তাৰিখঃ ২৯ মাৰ্চ, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৪৩ বছৰ। আবেদনৰ মাচুলঃ Gen- 250, OBC/SC/ST- 150।

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://nagaon.gov.in/Advert/JR_Asstt%20ADVERTISEMENT.pdf

৪. নাবাৰ্ডত সহকাৰী প্ৰৱন্ধকৰ ৯২ টা পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতকোত্তৰ ডিগ্ৰী। আবেদনৰ অন্তিম তাৰিখঃ ২ এপ্ৰিল, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ২১ৰ পৰা ৩০ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC-800 SC/ST/PWD- 150। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ
http://www.nabard.org/auth/writereaddata/WhatsNew/1503180029Advt%202018-...
আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃ http://ibps.sifyitest.com/nabaramfeb18/index.php

৫. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ষ্টেন’গ্ৰাফাৰৰ ৯৭ টা পদখালী৷ শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মাৰ্চ, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ। আবেদনৰ মাচুলঃ Gen/OBC-340 SC/ST- 170। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://ghconline.gov.in/Recruitment/Notification-14-03-2018-1.pdf

Updated on 20th March

৬. ভাৰতীয় বিমান প্ৰাধিকৰণ(Airports Authority Of India)ত কনিষ্ঠ কাৰ্যবাহী(Junior Executive) ৫৪২ টা পদখালী। শিক্ষাগত অৰ্হতাঃ BE/B.Tech + GATE Score। আবেদনৰ অন্তিম তাৰিখঃ ২৭ এপ্ৰিল, ২০১৮। বয়সৰ উৰ্ধসীমাঃ Gen- ২৭ বছৰ, OBC-৩০ বছৰ, SC/ST- ৩২ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC-300 , SC/ST/Female/PWD- NIL। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ https://www.aai.aero/en/recruitment/release/75804
আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃ https://www.aai.aero/en/careers/recruitment

৭. পাৱাৰগ্ৰীডত কাৰ্যবাহী প্ৰশিক্ষাৰ্থীৰ পদখালী(Executive Trainee (Law)।শিক্ষাগত অৰ্হতাঃ LLB + CLAT Score। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মে, ২০১৮। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC-300 , SC/ST/Female/PWD- NIL। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ https://www.powergridindia.com/sites/default/files/Detailed%20Advt_ET%20...
আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃ http://www.powergridindia.com
CLATৰ আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃhttp://www.clat.ac.in

Updated on 21st March

৮. ভাৰতীয় ষ্টেট বেংকত স্পেচিয়েলিষ্ট কেদাৰ বিষয়াৰ ১১৯ টা পদ খালী। শিক্ষাগত অৰ্হতাঃ CA/ ICWA/ ACS/ MBA in Finance, Degree in Law। আবেদনৰ অন্তিম তাৰিখঃ ৭ মে, ২০১৮। আবেদনৰ মাধ্যমঃ অনলাইন।   আবেদনৰ মাচুলঃ Gen/OBC-600 , SC/ST/PWD-100। 

সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ https://www.sbi.co.in/webfiles/uploads/files/1521469978176_CRPD_RECTRUIT...
আবেদন কৰিবলৈ এই লিংকলৈ যাওকঃ  http://ibps.sifyitest.com/sbiscofmar18/

৯. প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষকৰ ৯৫১৩ পদ খালী। আবেদনৰ সময়সীমাঃ ২৬ মাৰ্চ, ২০১৮ ৰ পৰা  ১৯ এপ্ৰিল, ২০১৮ । আবেদনৰ মাধ্যমঃ অনলাইন।

সৱিশেষৰ বাবে তলৰ এই লিংকটো চাওকঃ https://dee.assam.gov.in/portlets/recruitment

 

To be Continued...