Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

ছিউলঃ ছেমছাংগ ইলেক্ট্ৰনিকছে বিশ্বৰ প্ৰথমটো পঞ্চম প্ৰজন্মৰ (5G) স্মাৰ্ট ফ’ন মুকলি কৰে৷ শুকুৰবাৰে galaxy S10 5G নামৰ ফ’নটো বজাৰত মুকলি কৰি দিয়াৰ লগে লগে দক্ষিণ কোৰিয়া এই সেৱাত বিশ্বত প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল৷

5gৰ নেটৱৰ্কৰ গতি ইমানেই দ্ৰুততৰ যে এখন সম্পূৰ্ণ চিনেমাত ১ ছেকেণ্ডতকৈ কম সময় ভিতৰতে ডাউণলোড কৰিব পৰা যায়৷ এই সেৱাৰ ফলত ইন্টাৰনেটত ব্যৱহাৰকাৰীয়ে অযথা সময় ব্যয় কৰিবলগীয়া নহ’ব৷ 

5gৰ গৱেষক লী ছাং-য়ুনে কয় যে ইন্টাৰনেটৰ এই স্পীডত মানুহে ‘বাস্তৱ’ সময়তে ভাৰ্ছুৱেল জগতত বিচৰণ কৰিব পাৰিব৷