বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড গাঁওৰ হজৰত আলীৰ পত্নী দুটা শিশু সন্তানৰ মাতৃ আলেমা খাতুনে কি কাৰণত ফাঁচী লৈ আত্মহত্যা কৰিলে এয়া এক ডাঙৰ প্ৰশ্ন উথাপিত হৈছে ৰাইজৰ মাজত। 

এই সন্দৰ্ভত ওচৰ-চুবুৰীয়াই বিলাসীপাৰা আৰক্ষী নিৱেশত অৱগত কৰে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিলাসীপাৰা আৰক্ষী নিৱেশলৈ লৈ আহে।