‘নৈ গুমগুমায়। তাৰ বুকু কঁপে পাৰ ভঙা মাটিৰ শব্দত। ধানৰ পথাৰত সাঁতোৰে ঘৰৰ নিজান ছাঁ। কাতৰ মাটিৰ উশাহে ঘোলা কৰে মেঘ পানী আকাশ। নৈ গুমগুমায় থাউনি হেৰোৱা পানীৰ তলত।’ – কবি ‘হীৰু’ৰ নিজান মাতে নৈৰ ঘাটে ঘাটে মাতে। মানুহ আৰু নি:সৰ্গৰ অমল যোজনাই এই মাটিক ব্যাক