প্ৰতিকী ফটো
প্ৰতিকী ফটো

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আঠগাঁৱত বিধিবংসী অগ্নিকাণ্ড সংঘটিত খবৰ পোৱা গৈছে৷

জানিব পৰা মতে ব্যস্ত অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হয়৷ স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।