গুৱাহাটীঃ গুৱাহাটীৰ হ’টেল পালাচিঅ’য়ে শনিবাৰে মৎস উৎসৱৰ আয়োজন কৰে৷

চলিত বৰ্ষৰ মাৰ্চ মাহত এক সাফল্য অৰ্জন কৰাৰ পাছত আজি পুনৰবাৰ সুস্বাদু মৎস উৎসৱ আয়োজিত কৰে গুৱাহাটীত৷ 

বিশেষ খাদ্যৰ ভিতৰত fish kobiraji, fish tai chin, fish and chips, harrisa grilled pomfret, Sorshe pabda ইত্যাদি সুস্বাদু ধৰণৰ মাছৰ ব্যঞ্জনেৰে খাদ্যৰ এক কলাৰ প্ৰদৰ্শন কৰে৷ 

এই অনুষ্ঠানত খাদ্যৰ চেফ ৰণবীৰ দেয়ে অতিথিসকলক নিজ হাতেৰে ৰন্ধা খাদ্যৰে সকলোকে আকৰ্ষণ কৰে৷