ডিজিটেল ডেস্কঃ যুগ্মজীৱনৰ মায়াময় আৱেশৰ মাজত স্বামীক ৰোমাণ্টিক বুলিয়েই চেনেহ কৰিছিল এগৰাকী মহিলাই। লণ্ডনৰ এইগৰাকী নাৰীৰ বাবে পতিয়েই আছিল জীৱনৰ সৰ্বস্ব।

সংসাৰক লৈ ব্যস্ত মহিলাগৰাকীয়ে ক্ৰুটি কৰা নাছিল স্বামীক সন্তুষ্ট কৰিবলৈ। সুখেৰে চলি আছিল দুয়োৰে সংসাৰ। পিছে অলপতে ইণ্টাৰনেটে ভংগ কৰিলে দুয়োৰে মাজৰ বিশ্বাস।

লণ্ডনৰ মহিলাগৰাকীৰ স্বামী সচৰাচৰৰ দৰে সিদিনাও ব্যস্ত আছিল ইণ্টাৰনেট ছাৰ্ফিঙত। কিন্তু স্বামীক আহাৰ দিবলৈ গৈ তেওঁ দেখিলে এক অনাকাংক্ষিত দৃশ্য। কামৰ পৰিৱৰ্তে তেওঁৰ ৰোমাণ্টিক পতিদেৱতাই ইণ্টাৰনেটত পৰ্ন ছবি উপভোগ কৰি থকা দেখি থৰ লাগিল পতিব্ৰতা নাৰী।

পিছে হুলেৰেহে হুল কঢ়াৰ নীতি গ্ৰহণ কৰিলে তেওঁ। স্বামীক এসেকা দিবলৈ মহিলাগৰাকীয়ে নিজৰ বক্ষপ্ৰদেশ উদঙাই ছেলফি উঠিলে। সেই ফটো তেওঁ আপলোড কৰিলে পতিৰ প্ৰিয় পৰ্ন ৱেবছাইটত।

⇒ বাতৰিটো পঢ়িবলৈ তলত ক্লিক কৰকঃ

♦ মোহময়ী বিধায়িকাৰ মাতৃত্বৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ

পত্নীৰ উলংগ ছবি ইণ্টাৰনেটত দেখি হতবাক হল পুৰুষজন। পিছে এনে কৰি সকলো মহিলাকে স্বামীৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনালে মহিলাগৰাকীয়ে।