লখিমপুৰঃ শুকুৰবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি বিহুৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ সকলো বিহু সমিতিক আহ্বান।

# বিহুৰ আয়োজকে অনুস্থানৰ আটাইকেইদিন পৰিধান কৰক জাতীয় সাজপাৰ।

# ৰাইজৰ দান বৰঙনিৰে উৎযাপন কৰা আমন্ত্ৰিত শিল্পৰ লগতে সুবিধা দিয়ক স্থানীয় শিল্পীক।

# বিহুৰ অনুস্থান ব’হাগ মাহতে সকলোৱে অনুস্থিত কৰক।

# নিশা ১২ বজাৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী সামৰিবলৈ সকলো বিহু সমিতিক আহ্বান বিহু সুৰক্ষা সমিতিৰ।

# একেটা অঞ্চলতে পৃথকে পৃথকে বিহুৰ অনুস্থান অনুস্থিত কৰাৰ পৰিৱৰ্তে সকলো একগোট হৈ উৎযাপন কৰক কেন্দ্ৰীয় বিহু।