জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলা বগীনদী গাগলডোবিৰ সোণোৱাল-কছাৰী সমাজে সাত বিহু হাতামপুৰুষিয়া ঐতিহ্য-পৰম্পৰা অটুট ৰাখি আহিছে প্ৰতি বছৰে। এই বছৰো ব্যতিক্ৰম নহয়।

পহিলা ব’হাগৰপৰা ব’হাগৰ সাত দিন বিহু মাৰি শেষত গাগলডোবিৰ সোণোৱাল-কছৰী সমাজে সমজোৱাকৈ সাত বিহু উদযাপন কৰি ভোজভাত খাই সাত বিহুৰ সামৰণি মাৰে।