newsnextoneকাজিৰঙা ৯অক্টোবৰঃ অাজি ৰাতিপুৱা কাজিৰঙা অভয়াৰণ্যৰ পানবাৰী এলেকাত পথৰ দাঁঁতিত এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ৰাজপথেৰে চলাচল কৰা তীব্ৰবেগী বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

কাজিৰঙাৰ পৰা পলিমা চেতিয়া