মৰিয়নীঃ মৰিয়নীত বুধবাৰ আছুকে ধৰি ২৮ টা জতীয় সংগঠনে বিধায়ক ৰূপজ্যোতি কুৰ্মীক আমন্ত্ৰণ কৰি আনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবৰ বাবে স্মাৰক-পত্ৰ প্ৰদান কৰে।