নতুন দিল্লীঃ বৃহস্পতিবাৰে সন্ধিয়া মোডী ২.০ ৰ ৪৭ জন মন্ত্ৰীসভা সদস্যই শপতগ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্মচাৰী, ৰাজহুৱা ওজৰ–আপত্তি আৰু পেঞ্চন দপ্তৰ, আনৱিক শক্তি, অন্তৰীক্ষ দপ্তৰ, নীতি সম্পৰ্কীয় সকলো বিষয় আৰু বিতৰণ নোহোৱাকৈ থকা সকলো দপ্তৰ নিজৰ হাতত ৰাখিছে৷

গুৰুত্বপূৰ্ণ গৃহ বিভাগ অমিত শ্বাহক দিয়া হৈছে। জ্যেষ্ঠ সদস্য ৰাজনাথ সিঙক দিয়া হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়। আনহাতে প্ৰাক্তন বৈদেশিক সচিব ড০ এছ জয়শংকৰক প্ৰদান কৰা হৈছে বৈদেশিক পৰিক্ৰমা দপ্তৰ দিয়া হৈছে। 

মন্ত্ৰীসভাত অসমৰ একমাত্ৰ প্ৰতিনিধি ৰামেশ্বৰ তেলীক দিয়া হৈছে খাদ্য প্ৰ-সংস্কৰণ, উদ্যোগ, ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগৰ ৰাজ্যিক মন্ত্ৰিত্ব।

মোডী ২.০ৰ মন্ত্ৰীসভাৰ দপ্তৰসহ মন্ত্ৰীসকলঃ

কেবিনেট মন্ত্ৰী 

ৰাজনাথ সিং : প্ৰতিৰক্ষা মন্ত্ৰণালয়
অমিত শ্বাহ : গৃহ বিভাগ
নীতিন গাডকাৰী : পথ, পৰিবহণ, ঘাইপথ আৰু MSME মন্ত্ৰণালয়
ডিভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়
নিৰ্মলা সীতাৰমন : বিত্ত, কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰ
ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ
নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়তীৰাজ মন্ত্ৰণালয়
ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয়


হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ
থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়
ড০ এছ জয়শংকৰক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়
ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়
অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ
স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়
ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ
প্ৰকাশ জাৱড়েকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়
পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়
ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ


প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি
মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু শিল্পোদ্যোগ
মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ
অৰবিন্দ গণপট সাৱন্ত : গুৰু উদ্যোগ
গিৰিৰাজ সিং : পশুপালন, দুগ্ধপালন আৰু মৎস্য পালন
গজেন্দ্ৰ সিং শ্বেখাৱট : জল শক্তি

ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
সন্তোষ কুমাৰ গংগোৱাৰ : শ্ৰম আৰু নিয়োগ মন্ত্ৰী
ৰাও ইন্দ্ৰজিৎ সিং : পৰিকল্পনা, পৰিসংখ্যা-কাৰ্যসূচী ৰূপায়ণ
শ্ৰীপদ য়েছ’ নাইক : আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, হোমিঅ’পেথি
জিতেন্দ্ৰ সিং : ড’নাৰ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ-পেঞ্চন, আণৱিক শক্তি আৰু অন্তৰীক্ষ দপ্তৰ
কিৰেণ ৰিজিজু : ক্ৰীড়া, যুৱ পৰিক্ৰমা, সংখ্যালঘু পৰিক্ৰমা
প্ৰহ্লাদ সিং পেটেল : সাংস্কৃতিক, পৰ্যটন 
ৰাজকুমাৰ সিং : শক্তি, নবীকৰণযোগ্য শক্তি 
হৰদীপ সিং পুৰী : হাউছিং আৰু নগৰ পৰিক্ৰমা (স্বতন্ত্ৰ), বাণিজ্য আৰু উদ্যোগ (ৰাজ্য)
মনসুখ এল মণ্ডাভিয়া : জাহাজ, ৰসায়ন আৰু সাৰ মন্ত্ৰণালয়

ৰাজ্য মন্ত্ৰী
ফগ্গন সিং কুলস্তে : তীখা
অশ্বিনী কুমাৰ চৌবে : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
অৰ্জুন ৰাম মেঘৱাল : সংসদীয় পৰিক্ৰমা, গুৰু উদ্যোগ, ৰাজহুৱা উদ্যমিতা
ভি কে সিং : পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়
কৃষ্ণপাল : সামাজিক ন্যায়
ডি আৰ দাদৰাও : উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়
জি কিষাণ ৰেড্ডী : গৃহ মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰী
পুৰুষোত্তম ৰূপালা : কৃষি আৰু কৃষক কল্যাণ
ৰামদাস অঠাৱলে : সামাজিক ন্যায়


সাধ্বী নিৰঞ্জন জ্যোতি : গ্ৰামীণ বিকাশ মন্ত্ৰণালয়
বাবুল সুপ্ৰিয় : পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন
সঞ্জীৱ কুমাৰ বালিয়ান : পশুপালন, দুগ্ধপালন আৰু মৎস্য পালন
ধোত্ৰে সঞ্জয় শ্যামৰাও : মানৱ সংশাধন, যোগাযোগ
অনুৰাগ সিং ঠাকুৰ : বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰী
অংগদী সুৰেশ চন্নবছপ্পা : ৰে’ল মন্ত্ৰণালয়
নিত্যানন্দ ৰায় : গৃহ, জল শক্তি
ৰতন লাল কাটাৰিয়া : সামাজিক ন্যায়
ভি মুৰলীধৰণ : বিদেশ আৰু সংসদীয় পৰিক্ৰমা
ৰেণুকা সিং সৰুতা : জনজাতি পৰিক্ৰমা
সোম প্ৰকাশ : বাণিজ্য আৰু উদ্যোগ


ৰামেশ্বৰ তেলী : খাদ্য প্ৰ-সংস্কৰণ, উদ্যোগ, ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ
প্ৰতাপ চন্দ্ৰ ছাৰাংগী : পশুপালন, দুগ্ধপালন আৰু মৎস্য পালন
কৈলাশ চৌধুৰী : কৃষি আৰু কৃষক কল্যাণ
দেবাশ্ৰী চৌধুৰী : মহিলা আৰু যুৱ কল্যাণ