News Next One
Published on News Next One (https://www.newsnextone.com)

Home > তেজপুৰৰ পিঠাখোৱাত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি আটক হল শিক্ষক

11 Oct

তেজপুৰৰ পিঠাখোৱাত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি আটক হল শিক্ষক [1]

By NNO Correspondent 0 Comments [2]

newsnextone১১অক্টোবৰ,তেজপুৰঃ  তেজপুৰত গুনোৎসৱৰ মাজতে অঘটন৷ সুৰা মত্ত মুনীন্দ্ৰ সূত নামৰ পিঠাখোৱাৰ কমাৰ চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক জনে নিজৰ বিদ্যালয়ৰেই ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাত ৰাইজে উত্তম দি আৰক্ষীক চমজাই দিয়ে৷ সোমবাৰৰ দিনা মুনীন্দ্ৰ সূত নামৰ শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ চতুৰ্থ মান শ্ৰেণীৰ ছাত্ৰী এগৰাকীক বলপুবক ভাবে নিয্যাতন চলাৱাৰ অভিযোগ উঠিছে। ঘটনাটোৰ সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে অভিভাৱকক অৱগত কৰাত অভিভাৱকে প্ৰধান শিক্ষকক অৱগত কৰে। 

আজি বিদ্যালয়খনত অনষ্ঠিত হোৱা পৰিচালনা সমিতিৰ সভাত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় আৰু ৰাইজে লম্পদ  শিক্ষক মুনীন্দ্ৰ সূতক উত্তম মাধ্যম দিয়াৰ লগতে মহিলা সকলে চেণ্ডেলৰে কোৱাই আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে শিক্ষকজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।
তেজপুৰৰ পৰা অপুৰ্ব বৰা 

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/tezpu-teacher

Links
[1] https://www.newsnextone.com/tezpu-teacher
[2] https://www.newsnextone.com/tezpu-teacher/#comments