News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ২০ মে'ৰপৰা বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

18 May

২০ মে'ৰপৰা বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান [1]

By NNO Correspondent 0 Comments [2]

ফখৰুল ইছলাম,দৰং

দৰংঃ অহা ২০ মে'ৰপৰা দৰ্শনাৰ্থীৰ আৰু পৰ্যটকসকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে মঙলদৈ বন সংমণ্ডল বন্যপ্ৰাণী তৰফৰপৰা এক জাননীৰ জৰিয়তে এই কথা জনোৱা হৈছে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰ্যটক দৰ্শনাৰ্থীসকলে এই সময়ছোৱাত উদ্যানখনত পৰিদৰ্শন কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰা হৈছে৷ 

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/rajiv-gandhi-urang-national-park-closed-2oth-may

Links
[1] https://www.newsnextone.com/rajiv-gandhi-urang-national-park-closed-2oth-may
[2] https://www.newsnextone.com/rajiv-gandhi-urang-national-park-closed-2oth-may/#comments