News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নীতি শিক্ষা, বানান শুদ্ধ উচ্চাৰণ সম্পৰ্কে কৰ্মশালা আৰম্ভ

02 Jul

নীতি শিক্ষা, বানান শুদ্ধ উচ্চাৰণ সম্পৰ্কে কৰ্মশালা আৰম্ভ [1]

By NNO Correspondent 0 Comments [2]

তেজপুৰ, অপুৰ্ব বৰাঃ বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যেন নীতি শিক্ষা আৰু সামাজিক শৃংখলাবদ্ধতাৰ কথা যেন পাহৰি গৈছে। যাৰ বাবে সমাজত শৃংখলাবদ্ধতাৰ বিলুপ্তী ঘটাৰ উপসম হৈছে। 

যাৰ বাবে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা, তেজপুৰৰ অন্যতম সাংস্কৃতি সামাজিক অনুষ্ঠান উত্তৰ পশ্চিম তেজপুৰ সামাজিক, সাংস্কৃতিক মঞ্চৰ উদ্যোগত শইকীয়া চুবুৰি মজলীয়া বিদ্যালয়ৰ সৌজ্যনত অনুষ্ঠিত হোৱা কৰ্মশালাত গ্ৰীষ্মকালিন বন্ধত শিশুৰ মাজত নীতি শিক্ষা আৰু সামাজিক শৃংখলা বদ্ধতা বিষয়ৰ ওপৰত কৰ্মশালাৰ লগতে কবিতা, নাটক, গীতৰ ওপৰতো কৰ্মশালা অনুষ্ঠিত হয়। 

কৰ্মশালা অহা ২০ জুলাইলৈকে চলিব থাকিব বুলি জানিব পৰা গৈছে৷

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/tezpur-summer-workshop

Links
[1] https://www.newsnextone.com/tezpur-summer-workshop
[2] https://www.newsnextone.com/tezpur-summer-workshop/#comments