কাজিৰঙাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে আজি বোকাখাতৰ সমূহ সাংবাদিক একত্ৰিত হৈ বোকাখাত নাট্যমন্দিৰৰ সমুখত এক প্ৰতিবাদী ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।

কাজিৰঙা,বাদুলি পাৰ,কমাৰগাঁও, নুমলীগড় , মৰঙি ,বোকাখাতৰ সকলো সাংবাদিকেই এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে৷