newsnexton ১১অক্টোবৰ,মঙ্গলদৈঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰুপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰ৷ সতীনাথক দৰং আৰক্ষীয়ে কলিকাতাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ দৰং উপ-আৰক্ষী অধীক্ষকৰ নেত্বতত যোৱা এটি দলে গ্ৰেপ্তাৰ কৰে সতীনাথক৷ 
উল্লেখযোগ্য যে সতীনাথৰ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰতকৰা মন্তব্যৰ পিছতে ৰাজ্য জুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। সতীনাথৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দাখিল হৈছিল এজাহাৰ । 
মঙ্গলদৈ।।