তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত শিশু দিৱসৰ লগত সংগতি ৰাখি সংগতি ৰাখি বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষকসমাজৰ তত্বাৱধানত গঠিত  এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত  দক্ষ যজ্ঞ ভাওনা প্ৰদৰ্শন কৰা হয় । বালিপৰা বালিগাঁৱৰ শ্ৰীশ্ৰী কেতেকীবাৰী সত্ৰত অনুষ্ঠিত কৰা ভাওনা চাবলৈ অঞ্চলটোৰ  ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত লগতে ভাওনাৰ প্ৰতিজন ভাৱৰীয়াই সকলোকে আপ্লুত কৰে৷