ডিজিটেল ডেস্কঃ 

বয়োজেষ্ঠ তেলেগু তাৰকা বিজাগ প্ৰসাদ আৰু নায়৷

> বহু দিনৰ পৰা হৃদ ৰোগত আক্ৰান্ত আছিল বিজাগ৷ 

> আজি পুৱাই হঠাৎ হাৰ্ট এটেক অহাৰ ফলত পৰিয়ালক এৰি যাই বিজাগে৷

> ৭৫ বছৰীয়া বিজাগৰ পৰিয়ালত তেখেতৰ পত্নী আৰু দুজন সন্তান আছিল৷ 

> ৰবিবাৰে পুৱা ৩ বজাত যশোদা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তাৰকাজনে৷ 

> তেলেগুৰ এজন সুদক্ষ তথা সকলোৰে প্ৰিয় অভিনেতা গৰাকীয়ে কেইবাখনো দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰিছিল৷