তেজপুৰ, অপুৰ্ব বৰাঃ চৌদিশে ৰঙালীৰ ৰং৷ আজি চাৰি বহাগ, এই দিনটোতে পালন কৰা হয় নাঙল বিহু হিচাবে৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰীবোৰৰ নামত উৎসৰ্গিত নাঙল বিহু৷ নাঙল বিহুৰ তাৎপৰ্য হ'ল ব'হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত কৃষক সমাজ পথাতৰ নামি নাঙলৰ ওচৰত চাকি-বন্তি জ্বলাই পালন কৰা হয় এই বিহুটি৷ ৰাজ্যৰ বিভিন্ন স্হানৰ লগতে তেজপুৰতো পালন কৰা হ’ল নাঙল বিহু৷ কৃষিজীৱী ৰাইজে কৃষি কৰ্মক ব্যৱহৃত নাঙল বিহু।

কৃষিজীৱী ৰাইজে কৃষি কৰ্মক ব্যৱহৃত নাঙল, যুৱলি, জাপি, গামোচা আদি সামগ্ৰীসমূহৰ ওচৰত সেৱা কৰি প্ৰাৰ্থনা কৰা দেখা যায়৷