ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ মোহময়ী অভিনেত্ৰী জেনিফাৰ উইংগেটে খুৰাই পেলালে চুলি৷ ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে চুলি খুৰোৱাৰ পিছৰ ফটো দিয়াৰ লগে লগে চকিত হৈ পৰে জেনিফাৰৰ গুণমুগ্ধসকল৷ 

অৱশ্যে বহুতে আকৌ জেনিফাৰক নতুন ৰূপৰ ভুয়সী প্ৰশংসা কৰে৷ অৱেশ্যে বহু সময় পিছত অভিনেত্ৰীগৰাকীয়ে প্ৰকৃত সত্য উন্মোচন কৰে৷ প্ৰকৃততে টকলা হোৱা নাই জেনিফাৰ৷    

চনি টিভিত সম্প্ৰচাৰ হৈ থকা বেহদ নামৰ চিৰিয়েলখনত অভিনয় কৰা চৰিত্ৰৰ বাবে এই নতুন ৰূপত দৰ্শকৰ মাজলৈ আহিব অভিনেত্ৰীগৰাকী৷