ডিজিটেল ডেস্কঃ পৱিত্ৰ ৰমজান মাহৰ ভোডাফোনে আগবঢ়াইছে ৰমজান বিশেষ অফাৰ৷  টকাতে আনলিমিটেড ডাটা দিয়াৰ এই অফাৰে স্বাভাৱিকতে গ্ৰাহকক আকৰ্ষিত কৰিছে৷ 

৫ টকাতে দিছে এই আনলিমিটেড ২জি ডাটাৰ অফাৰ৷ ইয়াৰ লগতে ১৯ টকা আৰু ২৫৩ টকাৰো প্লেন আগবঢ়াইছে কোম্পানীটোৱে৷ 

  • ৫ টকাৰ প্লেনটোৰ ভেলিডিটি ১ ঘণ্টাৰ৷ ইয়াৰ বাবে ইউজাৰে ডায়েল কৰিব লাগিব *444*5# ৷ 
  • একেটা প্লেনেই ৩জি ডাটাৰ বাবেও দিয়া হৈছে৷ ইয়াৰ বাবে দিব লাগিব ১৯ টকা৷ *444*19# ডায়েল কৰিলে এই প্লেনটো এক্টিভেট হ’ব৷ 
  • আকৌ ২৫৩ টকাৰ প্লেনটোৰ ভেলিডিটি ২৮ দিনৰ৷ ইয়াতে আনলিমিটেড ২জি ডাটাৰ সৈতে পাব আনলিমিটেড লোকেল আৰু এছটিডি কলিঙৰ সুবিধা৷ 
  • একেদৰে ৩৪৫ টকাৰ প্লেনটোত আনলিমিটেড লোকেল আৰু এছটিডি কলিঙৰ সৈতে ২৮ দিনৰ বাবে পাব প্ৰত্যেক দিনাই পাব ১ জিবিকৈ ৩জি ডাটা৷   

এই অফাৰৰ সুবিধা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ইউজাৰে পাব৷ ৰমজান মাহৰ শুভ সময়ত এই অফাৰ মুকলি কৰা বুলি কোম্পানীয়ে উল্লেখ কৰিছে৷