newsnextone.com | ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত  অনুষ্ঠিত হৈ যোৱা ২১ তম কমনৱেলথ গেমছত অলপৰ বাবে হাত পৰা হেৰাইছিল ব্ৰঞ্চৰ পদক৷ ৪০০ মিটাৰৰ দৌৰত ৪৫.৩১ চেকেণ্ডত সমাপ্ত কৰিছিল গল্ড কষ্টত৷ সেই কথা পাহৰি যোৱা নাছিল মহম্মদ আনছে৷

কিন্তু চেষ্টা আৰু কষ্টৰে এতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল মহম্মদ আনছে৷ ৪০০ মিটাৰত ৪৫.৩১ মিটাৰত নিজৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ৪৫.২৪ ছেকেণ্ডত দৌৰ সমাপ্ত কৰিলে মহম্মদ আনছে৷ চেক গণ ৰাজ্যত ৰেকৰ্ড গঢ়ি দেশৰ ভিতৰতে নতুন ইতিহাস গঢ়িলে৷   

মিলখা সিঙৰ পাছত দ্বিতীয় গৰাকী ভাৰতীয় যিয়ে কমনৱেলথ গেমছত চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল৷ আনহাতে মিলখাই ইমান কম সময়ত ১৯৫৮ চনত সোণ জয়ী হৈছিল৷