ডিজিটেল ডেস্কঃ দক্ষিণ-পূৱ ইউৰোপত অৱস্থিত গ্ৰীচ আৰু তুৰস্কত শুকুৰবাৰে হোৱা এক প্ৰৱল ভূমিকম্পই কঁপাই যায় এক বৃহৎ অঞ্চল। 

♦ ৬.৭ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এই ভুমিকম্প।

♦ গ্ৰীচৰ জনপ্ৰিয় গ্ৰীষ্মকালীন অৱসৰ বিনোদনৰ স্থান বডৰাম ৰিজৰ্টত কেন্দ্ৰ।

♦ ভূ-ভাগৰ পৰা ১০ কি.মি. গভীৰতাত উৎপত্তিস্থল।

♦ ভালেমান লোক আহত বুলি ক’ছৰ মেয়ৰ জৰ্জাচ কাইৰিচিছৰ মন্তব্য। 

♦ ইফালে বৰডাম অঞ্চলত বিদ্যুতসেৱা সম্পুৰ্ণৰূপে ব্যাহত।