নগাঁওঃ ৰাজ্যজুৰি দৌল উৎসৱৰ প্ৰস্তুতি অব্যাহত আছে৷ ঐতিহ্যমণ্ডিত বৰপেটাৰ সত্ৰৰ লগতে নগাঁও জিলাতো দৌল উৎসৱৰ প্ৰস্তুতি অব্যাহত আছে৷

নগাঁও জিলা প্ৰশাসনে অহা ২ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে৷ ৰঙৰ উৎসৱ তথা দৌল উৎসৱ উপলক্ষে বন্ধ ঘোষণা কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷