তেজপুৰঃ যি সময়ত কংগ্ৰেছ আৰু এআইইউডিএফৰ গোপন মিত্ৰতাৰ আভিযোগ উঠিছে, সেই সময়তে তিনি শতাধিক অগপ আৰু এআইইউডিএফ দলৰ কৰ্মীয়ে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰে।