Blogs

সময় সলনি হৈছে। আপুনি জানেনে যে অনাগত দিনত ভাৰতত ডিজিটেল মাৰ্কেটিং অবিহনে কোনো ব্যৱসায়েই টিকিব নোৱাৰিব? দেশৰ প্ৰতিষ্ঠিত ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট Deepak Kanakarajuৰ মতে ভাৰতত ইতিমধ্যে এক বৃহৎ খণ্ড হিচাপে পৰিগণিত হৈছে ডিজিটেল মাৰ্কেটিং।

মিছন চাইনা চালো। ৰিভিউ লিখিবলৈ চিনেমাখনত একো নাই। এখন সাধাৰণ মানৰ চিনেমা। এনেকুৱা ধৰণৰ conceptৰ চিনেমা হলীউড আৰু বলীউডত বহুকেইখন আছে। নতুনত্বহীন কাহিনী। অভিনয় দুৰ্বল। বিশেষকৈ এন এছ ডিৰ স্নাতক পৱিত্ৰ ৰাভাই এতিয়ালৈ কৰা অভিনয়ৰ ভিতৰত এইখন চিনেমাতে worst

(যোৱা সংখ্যাৰ পিছৰ পৰা) বিশ্বায়নৰ সংবিধানখন হল GATT অথবা জেনেৰেল এগ্ৰিমেণ্ট অন ট্ৰেড এণ্ড টাৰীফ। GATT। পিছলৈ ই বিশ্ব বাণিজ্য সংস্থাৰ ৰূপ ধাৰণ কৰে। এতিয়া বিশ্বায়নৰ সকলো ব্যৱস্থা বিশ্ব বাণিজ্য সংস্থাৰ নিৰ্দেশত চলে। ভাৰতবৰ্ষই চৰকাৰীভাৱে বিশ্বায়নৰ নৱ উদা

নাৰীক মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয়৷ নাৰী সীমাহীন গুণৰ অধিকাৰী৷ কেতিয়াবা যদি নাৰীক দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে আকৌ কেতিয়াবা সৰস্বতীৰ সৈতে তুলনা কৰা হয় নাৰীক৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হ

Blue Whale। নীলা তিমি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী। বাস মহাসাগৰত। পানীৰ ৰজা নীলা তিমি। যেতিয়া নীলা তিমিবোৰ আঘাতপ্ৰাপ্ত হয় তেতিয়া সিহঁত পানীৰ পৰা পাৰলৈ উঠি আহে। কিয়নো পানীত থাকিলে কোবাল সোতে আঘাতপ্ৰাপ্ত অংশত খুন্দা মাৰে। এনেদৰে পাৰলৈ উঠি আহ

গ্লোবেলাইজেশ্যন বা বিশ্বায়ন নামৰ বিশ্বব্যপী হোৱা ব্যৱস্থাটোৱে আমাক বহুত নতুন নতুন কিবা কিবা ধ্যান ধাৰণা দিলে। বহুত নতুন নতুন ব্যৱস্থাৰ সৃষ্টি কৰিলে। আমি বহুতে এইবিলাকৰ বহু কথা বুজি পোৱা নাই। বুজি পোৱা নাই এই বিলাকৰ প্ৰয়োজন কি?

স্বাধীনতা দিৱস বুলি ক'লেই সৰুকালৰ কথা মনত পৰে। কাগজৰ সৰু পতাকা আকি বাঁহৰ কামিত লগাই স্কুললৈ গৈছিলো। কি আনন্দ!

বাংলাদেশী! এই শব্দটোৱে দশক দশক ধৰি অশান্ত কৰি ৰাখিছে অসম৷ এনে লাগে বাংলাদেশত কিজানি একোৱেই নাই৷ কেৱল লুঙী, দাঢ়ি আৰু ৰং বিৰঙৰ শাৰীহে আছে৷ ভালদৰে এসাঁজ খাবলৈ নাই, কুকুৰ-মেকুৰীৰ দৰে আছে বাংলাদেশী৷ সেয়ে সকলো বাংলাদেশী অসমলৈ আহে৷

দহ বছৰ বয়সৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱাই জীৱন সংগ্ৰাম কৰিবলগীয়া হোৱা দীনদয়াল উপাধ্যায়ে কংগ্ৰেছৰ বিকল্প হিচাপে ১৯৫১ চনতে ভাৰতীয় জন সংঘ (পূৰ্বৰ বি জে পি) গঠন কৰি ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিলৈ নিশ্চতিভাৱে বৰঙণি যোগাইছে। কিন্তু এই নেতাজনেই ১৯৬৮ চনত নিজ মতাদৰ

অসমীয়া মানুহবোৰ বৰ আৱেগিক। বিচাৰ বুদ্ধি নোহোৱাৰ দৰে। ওপৰে ওপৰে মন্তব্য দিয়ে। প্ৰকৃত সত্য নাজানিলেও 'আৱেগিক কমেণ্ট' কৰে। জানিবও নিবিচাৰে প্ৰকৃত সত্য।

Pages