newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ৭ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনূভুতঃ হোৱা বুলি জানিব পৰা গৈছে৷ লম্বক বেলী দ্বীপ আৰু দেশৰ আন আন ঠাইত তীব্ৰ জোকৰণি মৰাত হুৱাদুৱা লগাৰ খবৰ পোৱা গৈছে। 

এই পৰ্যন্ত হতাহতৰ খবৰ অহা নাই যদিও চুনামী অহাৰ আশংকা কৰা হৈছে। দেশৰ একাধিক চহৰক চুনামীৰ আশংকা কৰি আগজাননী দিয়া হৈছে। এসপ্তাহ পূৰ্বে ভূমিকম্পত ১৭গৰাকী লোকৰ মৃত্যু হৈছিল। পুনৰ ভূমিকম্পৰ জোকাৰণিত আতংকৰ সৃষ্টি হৈছে।

ভূমিকম্পৰ প্ৰাৱল্য অধিক আছিল বুলি জানিব পৰা গৈছে৷ ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ক্ষয় ক্ষতিৰ আশংকা কৰে সংবাদ মাধ্যমে৷