anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰাখাণ্ডৰ কল্পগংগা নৈত এখন বাহন বাগৰি পৰি কেইবাগৰাকী লোক আহত হোৱাৰ লগতে তিনিগৰাকী লোক নিৰুদ্দেশ হোৱা বুলি জানিব।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই এখন তীব্ৰ বেগী বাহন চামলি নামৰ ঠাইত কল্পগংগা নৈত বাগৰি পৰে। ফলত এক হাহাকাৰ সদৃশ পৰিস্থিৰ সৃষ্টি হয়।

ততাতৈয়াকৈ একাংশ লোকে ৫গৰাকী লোকক উদ্ধাৰ কৰে আৰু গোপেশ্বাৰ হস্পিতালত ভৰ্তি কৰে। কিন্তু তিনিগৰাকী লোক নৈৰ পানীত ডুব যায় আৰু বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।