গুৱাহাটীঃ আজিৰেপৰা আৰম্ভ হ’ব এডভাণ্টেজ আচাম

12 Noon:

► প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সন্মিলন আৰম্ভ,  

► স্বাক্ষৰিত হ'ব ১৬০ খন MoU

11.00 AM:

► বৰঝাৰৰ পৰা পোনে পোনো খানাপাৰাত উপস্থিত মোডী

► সৰুসজাইলৈ ৰাওনা প্ৰধানমন্ত্ৰী

► এডভাণ্টেজ আচামৰ প্ৰদৰ্শনস্থলীত মোডী, বাহ-বেতৰ সামগ্ৰীত চকু ফুৰাইছে মোডীয়ে

10.00 AM:

► বিশ্ব বিনিয়োগ সন্মিলন উপলক্ষে তত্পৰ হৈ পৰিছে গুৱাহাটীৰ আৰক্ষী-প্ৰশাসন।  

► বৰঝাৰ বিমান বন্দৰত উপস্থিত নৰেন্দ্ৰ মোডী 

► ১১ বজাত সৰুসজাইত ষ্টেডিয়ামত কৰিব উদ্বোধন

► আছে মুকেশ আম্বানী, স্পাইচ জেটৰ অধ্যক্ষ অজয় সিং

► উপস্থিত থাকিব কেবাটাও প্ৰতিস্থানৰ চি.ই.অ’

► ভূটানৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী থাকিব সন্মিলনত

► কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰবিশংকৰ প্ৰসাদ, কিৰেণ ৰিজিজু থাকিব সন্মিলনত

► উপস্থিত থাকিব ২১ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি