BBC
BBC

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ আজি এফ চি আৰু কলাগুৰু এফ চিৰ মাজত অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ দ্বিতীয় খেলখনত কলাগুৰু এফ চিয়ে অগ্ৰগতি লাভ কৰিছে৷

আজি কলাগুৰু এফ চিৰ দলটোৱে প্ৰতিদ্বন্দী এফ চিক ট্ৰাইব্ৰেকাৰ পদ্ধতিত ৫~৪ গলৰ ব্যবধানত পৰাস্ত কৰে৷