► সুন্দৰ পৃথিবী গঢ়াৰ বাবে এক অভিনব কলাত্মক পদক্ষেপ- 'আৰ্ট এগেইনষ্ট হেট’

► হিংসা-বিদ্বেষ-ঘৃণা, লিংগ বৈষম্যৰ বিৰুদ্ধে এই কলাত্মক প্ৰতিবাদ

► আজি আবেলি ৪ বজাত, দীঘলীপুখুৰীৰ পাৰত  

► আৱৰ্তন সাংস্কৃতিক গোট, অংগ আৰ্ট কালেক্টিভ আৰু য়ুবা এনজিঅৰ উদ্যোগত এই অনুষ্ঠান

► সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িক হিংসা-বিদ্বেষ আৰু ঘৃণাৰ কলাত্মক প্ৰতিবাদ 

► শিল্পী সমাজে পাঠ কৰিব শান্তি-সম্প্ৰীতি আৰু একতাৰ গান-কবিতা 

► চিত্ৰশিল্পৰে ঘটিব সাম্প্ৰদায়িক কলুষতাৰ বিৰুদ্ধে প্ৰতিবাদৰ বহিৰ্প্ৰকাশ

► ৰাইজক যোগদানৰ আহ্বান আয়োজকৰ