তুলসীবাৰীঃ বৈদ্যগড় আঞ্চলিক ক্ৰিকেট দলৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

স্থানীয় আৰিমত্ত মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে আগ্ৰহী দলসমুহক ৭০০২৯৩২৫৪৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷