newsnextone.com | গুৱাহাটীঃ সৰ্ব ভাৰতীয় কংগ্ৰেছে অসমৰ প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকক হিচাপে উত্তৰাখণ্ডৰ প্ৰক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটক নিযুক্তি দিয়ে৷ মঙলবাৰে দিল্লীস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কাৰ্যালয় এক পত্ৰ যোগে এই কথা প্ৰকাশ কৰে৷ 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ নেতৃত্বতে যোৱাটো উত্তৰাখণ্ডৰ বিধান সভা নিৰ্বাচন খেলিছিল যদিও বিজেপিৰ হাতত কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল৷ চি পি যোশীৰ আতৰাই হৰিশ ৰাৱাটক প্ৰদান কৰা হৈছে অসমৰ দায়িত্ব।