নগাঁওঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু নগাঁও পৌৰ সভা এলেকাৰ পথ সমুহৰ মেৰামতি কাম নিম্ন মানদণ্ড হোৱাৰ উপৰিও চহৰৰ বিভিন্ন স্থানৰ পৰা আবৰ্জনা আৰু পথৰ মাজ ভাগত থকা বিদ্যুতৰ খুঁটাবোৰ স্থানান্তৰিত নকৰাৰ প্ৰতিবাদত আজি দিনৰ ১২ বজাত নগাঁও চহৰৰ পাৰ্শ্চবৰ্তী খুটিকটীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কাৰ্যসূচী পালন কৰে ৷ ফলত অতি ব্যস্ততাপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।