অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন

টকিঅ’ : টকিঅ' অলিম্পিকত ভাৰতৰ বাবে আহিছে ভাল খবৰ৷আজি বক্সিঙত পূজা ৰাণীৰ পিছত আৰ্চাৰীত ভাৰতৰ আন এগৰাকী মহিলা খেলুৱৈ দীপিকা কুমাৰীয়ে মহিলাৰ ব্যক্তিগত শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি পদকৰ সম্ভাৱনা উজ্জ্বল কৰি তোলে৷শীৰ্ষ ৩২ৰ ৰাউণ্ডত দীপিকা কুমাৰীয়ে ১৮ বছৰীয়া আমেৰিকান প্ৰতিদ্বন্দীক ৬-৪ ব্যৱধানত পৰাস্ত কৰে।